সমান নাগৰিক সংহিতা (Uniform Civil Code) সন্দৰ্ভত NK-TV ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (২১-০৫-২০২৬) ৰাজনৈতিক দলৰ উৰ্দ্ধত থাকি সকলো দলে UCC সমৰ্থন কৰিব লাগে। বাল্যবিবাহ, বহুবিবাহ, ত্ৰিপল তালাক আমাৰ সমাজৰ বাবে ব্যাধি। AIUDF ৰ প্ৰশ্ন : সমান সংহিতাৰ কথা কৈ অসমনতা কিয়, কিয় অসমৰ জনগোষ্ঠীয় লোকক UCC আওতাত অনা হোৱা নাই।
No comments:
Post a Comment