Total Pageviews

Sunday, August 16, 2026

অৰুণাচল-লক্ষীমপুৰৰ সীমান্ত সংঘাত সন্দৰ্ভত NK-TV ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (১৩-০৮-২০২৬) - আলোচনাই সীমা সমস্যা সমাধানৰ উপায়। বৃহত্তৰ অসমক ১৯৬২ ৰপৰা ১৯৭২ লৈকে বিভাজন কৰা কংগ্ৰেছে ৰাজ্যবিলাকৰ সীমা নিৰ্ধাৰণ কৰা হলে আজিৰ এই সমস্যাৰ সৃষ্টি নহলহেঁতেন। বিজেপি নেতৃত্বাধীন চৰকাৰৰ সময়ত সৃষ্ট উত্তৰাখণ্ড, ঝাৰখণ্ড, তেলেংগনা, লাডাখত সীমা সমস্যা নাই কাৰণ তাত পৃথক ৰাজ্য গঠনৰ সময়তে সীমা নিৰ্ধাৰণৰ কৰা হৈছিল।


 

গুৱাহাটী দূৰদৰ্শনৰ বিশেষ অনুষ্ঠান মোদী চৰকাৰৰ ১২ বছৰ আৰু খতিয়ান সন্দৰ্ভত আমাৰ বক্তব্য (০৯-০৮-২০২৬) ডিজিটেল ইণ্ডিয়া এক নতুন উত্তৰণ। আন্তৰাষ্ট্ৰীয় পৰিসৰত কূটনৈতিক নীতি। PoK আমাৰ আছিল, আমাৰ হব। আচনিসমূহত সৰ্বধৰ্মী, সৰ্বব্যাপী, সৰ্বস্পৰ্শী নীতিৰ প্ৰতিফলন।


 

বানপানী আৰু সমাধান সন্দৰ্ভত ND-24 ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (০৬-০৮-২০২৬) নাগালেণ্ড আৰু অসমৰ দ্বিপাক্ষিক চুক্তি। অসমৰ বানপানী কিয় ৰাষ্ট্ৰীয় দুৰ্যোগ নহয়? কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ২০ গৰাকী MLA কত? ৰাইজৰ দলৰ অভিযোগ সত্যনে? নাগালেণ্ডৰ Article 371A কি? দেৱব্ৰত শইকীয়াৰ PLI


 

অসমৰ বানাক্ৰান্তৰ বাবে সাহায্য আৰু বানপানীৰ কাৰণ সন্দৰ্ভত NK-TV ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (০৩-০৮-২০২৬) বানপানীৰ কাৰণ নাগালেণ্ডৰ জলবিদ্যুত প্ৰকল্প নেকি? গুজৰাট, মহাৰাষ্ট্ৰ, উৰিষ্যাক ৫০০ কোটিৰ বিপৰীতে অসমক ৩৭৯ কোটি টকা বানসাহায্য কিয়? চৰকাৰৰ দীৰ্ঘম্যাদী পৰিকল্পনা কি? বানসাহায্যক লৈ কোনে কৰিছে ৰাজনীতি?


 

বিধানসভা আৰু বানপানী সন্দৰ্ভত NK-TV ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (৩১-০৭-২০২৬) বানপানী আৰু বিধানসভাৰ প্ৰয়োজনীয়তা। মুখ্যমন্ত্ৰীৰ সাহায্য পূজি বিতৰ্ক। অসমৰ বানপানী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ। বানপানীৰ উৎস নাগালেণ্ড আৰু কয়লা। আন্তঃৰাজ্যিক সীমা বিতৰ্ক আৰু বিৰোধীৰ স্থিতি।


 

অসমৰ বান অৰ্থনীতি সন্দৰ্ভত প্ৰথম খবৰত প্ৰণয় বৰদলৈৰ বিশেষ অনুষ্ঠান দৰবাৰত আমাৰ বক্তব্য (২৭-০৭-২০২৬) অসমৰ বানপানী, চৰকাৰ আৰু দলৰ ভূমিকা। আছুৰ সভাপতি উৎপল শৰ্মাই উত্থাপন কৰা ছটা দাবী সন্দৰ্ভত কিছু বক্তব্য। বান ক্ষতিপূৰণৰ বিহিত ব্যৱস্থা। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা। অসমক বিশেষ ৰাজ্যৰ মৰ্যদা।


 

নীট পৰীক্ষাৰ প্ৰতিবাদ, ককৰোজ পাৰ্টি, চনম ৱাংচুক আৰু চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত NB-News আলোচনাচক্ৰত আমাৰ বক্তব্য (২৩-০৭-২০২৬) প্ৰতিবাদ আৰু পদত্যাগৰ দাবীৰ আৰত কি? ককৰোজ পাৰ্টিৰ অভিজিত দীপকে আৰু তিনি মুখপাত্ৰ আপৰ কৰ্মী। চনম ৱাংচুক পৰিবেশ প্ৰেমী নে ৰাজনীতিবিদ? ২০০৪ ৰপৰা ২০১৪ লৈকে হোৱা প্ৰশ্নকাকত ফাদিলৰ চনম ৱাংচুকে কিয় প্ৰতিবাদ কৰা নাছিল। বিজেপি বনাম কংগ্ৰেছ শাসনকালত কি আছিল প্ৰশ্নকাকত ফাদিলৰ শাস্তি?


 

চনম ৱাংচুক, জুবিন গাৰ্গৰ ফটো, বিষ্ণুপ্ৰসাদ ৰাভা আৰু বামপন্থীৰ প্ৰতিবাদ সন্দৰ্ভত DY-365 ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (২০-০৭-২০২৭) চনম ৱাংচুক প্ৰকৃতিপ্ৰেমী নে ৰাজনীতিবিদ? বিজেপি চৰকাৰৰ সময়ত প্ৰশ্ন কাকত ফাদিলৰ প্ৰতিবাদ কৰা চনম ৱাংচুকে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত সংঘটিত প্ৰশ্ন কাকত ফাদিলৰ প্ৰতিবাদ নকৰিলে কিয়? পেহেলগামৰ হত্যাকাণ্ডত চনম ৱাংচুক নিমাত কিয়? আজি প্ৰতিবাদৰ সমৰ্থন কৰা কংগ্ৰেছে কিয় ২০০৭ চনত চনম ৱাংচুকলৈ অবৈধ বৈদেশিক ধনৰ লেনদেন আৰু লাডাখত অবৈধ ভূমি অধিগ্ৰহণৰ জাননী পঠাইছিল? জুবিন গাৰ্গৰ ফটোত কমৰেড শব্দ কিয়? বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান দিছে চৰকাৰে।


 

এক দেশ এক নিৰ্বাচন, ৫০ শতাংশ আসন বৃদ্ধি আৰু বিজেপিৰ ৰণনীতি সন্দৰ্ভত News-18 ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (১৭-০৭-২০২৬) কিয় দেশৰ বাবে প্ৰয়োজন এক দেশ এক নিৰ্বাচন। ৫০% আসন বৃদ্ধিয়ে ৰাজ্যসমূহৰ ক্ষমতা সমান কৰিব। মুখ্য নিৰ্বাচনী আয়ুক্তৰ নিৰ্বাচন আৰু বিজেপি? কোন চৰকাৰে প্ৰৱৰ্তন কৰিছিল EVM?


 

মূল্য বৃদ্ধি, বিধানসভাত মুখ্যমন্ত্ৰীৰ বক্তব্য আৰু বৈদেশিক নীতি সন্দৰ্ভত News-18 ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (১৫-০৭-২০২৭) মূল্যবৃদ্ধিৰ প্ৰধান কাৰণ কি? মুখ্যমন্ত্ৰীৰ মহোদয়ৰ বিধানসভাৰ বক্তব্য। ভাৰতৰ বৈদেশিক নীতি। অৰুণোদয়ৰ প্ৰয়োজনীয়তা।