অৰ্থনৈতিক সংকট, মূল্যবৃদ্ধি আৰু সাধাৰণ ৰাইজ সন্দৰ্ভত প্ৰতিদিন টাইমৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (২২-০৫-২০২৬) প্ৰতিবাদৰ সৈতে পৰামৰ্শও আদৰণীয়। সুৰজিত ভাল্লাৰ মন্তব্য BJP is winning the elections but losing the economy তথ্যই সত্যবুলি প্ৰতিপন্ন নকৰে। প্ৰতিবাদেই সমস্যাৰ সমাধান নহয়। কি হব পাৰে সমাধানৰ উপায়?
No comments:
Post a Comment