Total Pageviews

Wednesday, October 5, 2022

উলাৱড়ী-নখেতি-ৰাইটকুছি শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ বন্তি প্ৰজ্বলনৰ প্ৰজ্বলক, দ্বিতীয়-সাংসদ দিলীপ শইকীয়াই নলবাৰী বগলচ ৰোড চকত উদযাপিত দুৰ্গা পূজাৰ মন্দিৰৰ দ্বাৰ আৰু ৰভাৰ দ্বাৰ উন্মোচন কাৰ্য্যসূচীত সহযোগ।

দিনটোৰ তিনিটা কাৰ্য্যসুচী-
প্ৰথম-উলাৱড়ী-নখেতি-ৰাইটকুছি পঞ্চদশ বাৰ্ষিক সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজা মহোৎসৱৰ বন্তি প্ৰজ্বলনৰ প্ৰজ্বলক
দ্বিতীয়-সাংসদ দিলীপ শইকীয়াই নলবাৰী বগলচ ৰোড চকত উদযাপিত দুৰ্গা পূজাৰ মন্দিৰৰ দ্বাৰ আৰু ৰভাৰ দ্বাৰ উন্মোচন কাৰ্য্যসূচীত সহযোগ।




 

No comments:

Post a Comment