শ্ৰী শ্ৰী কালী দেৱালয় প্ৰাংগণ, বালিলেছা, নলবাৰীৰ পঞ্চ বিংশতিতম বৰ্ষৰ সাৰ্বজনীন শ্ৰী শ্ৰী দুৰ্গা পূজাৰ ৰূপালী জয়ন্তী বৰ্ষৰ স্মৃতিগ্ৰন্থ "শাকম্ভৰীৰ" উন্মোচক হিচাপে আজি ১৫ আহিন ২ অক্টোবৰ তাৰিখে উন্মোচিত কৰি আমি আহ্লাদিত। নলবাৰী চহৰৰ ঐতিহ্যমণ্ডিত ধৰ্মাস্থলী বালিলেছা শাৰদীয় দুৰ্গাপূজাত মা দুৰ্গাৰ পদ যুগলত পুস্পাৰ্ঘ অৰ্পণ কৰি ৰূপালী জয়ন্তী বৰ্ষৰ শাৰদাৎসৱৰ প্ৰতিটো কাৰ্যসূচীৰে সফল ৰূপায়ণ কামনা কৰো৷
No comments:
Post a Comment