Total Pageviews

Wednesday, October 5, 2022

বিজেপিৰ অৰ্থনৈতিক কোষৰ বৰপেটা, বজালী আৰু বঙাইগাঁও জিলাৰ আহ্বায়ক আৰু সহ-আহ্বায়ক সকলৰ সৈতে বৰপেটা বিজেপিৰ ৰাজ্যিক কাৰ্য্যলয়ত বিশেষ সাংগঠনিক সভা

অসম প্ৰদেশ বিজেপিৰ অৰ্থনৈতিক কোষৰ বৰপেটা, বজালী আৰু বঙাইগাঁও জিলাৰ আহ্বায়ক আৰু সহ-আহ্বায়ক সকলৰসৈতে বৰপেটা বিজেপিৰ ৰাজ্যিক কাৰ্য্যলয়ত এক বিশেষ সাংগঠনিক সভাত উপস্থিত থাকো। উক্ত সভাত ৰাজ্যিক সহ-আহ্বায়ক মুকেশ শৰ্মা ডাঙৰীয়া, বৰপেটা জিলাৰ সভাপতি অনিল দাস ডাঙৰীয়া, অৰ্থনৈতিক কোষৰ ৰাজ্যিক সদস্য তথা বৰপেটা আৰু বজালী জিলাৰ অৰ্থনৈতিক কোষৰ প্ৰভাৰী ভাস্কৰ দাস ডাঙৰীয়া উপস্থিত থাকে।
 

 

No comments:

Post a Comment