শ্ৰী শ্ৰী দুৰ্গা দেব্যৈ নমঃ
নলবাৰী কৰিয়াৰ ২৪ সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰীদুৰ্গা পূজা মহোৎসৱৰ বাৰ্ষিক মুখপত্ৰ ‘দেৱী’ আনুষ্ঠানিকভাৱে উন্মোচন কৰি (১৬ আহিন তিনি অক্টোবৰ) সকলোৰে ওপৰত মা দুৰ্গাৰ আশীষ বৰষক তাৰেই কামনা কৰো৷ মুখপত্ৰ দেৱীৰ জৰিয়তে ২৪ তম বৰ্ষ গৰকা কৰিয়া দুৰ্গা মহোৎসৱৰ বৰ্ণিল অতীত লিখিতৰূপত ভৱিষ্যতৰ বাবে সংৰক্ষিত হব বুলি আমাৰ বিশ্বাস৷
No comments:
Post a Comment