শ্ৰীমন্ত শংকৰ হৰি ভকতৰ
জানা যেন কল্পতৰু
তাহান্ত বিনায় নাহি নাহি নাহি
আমাৰ পৰম গুৰু
কামৰূপ জিলাৰ মালয়বাৰীত ১৯৫১ চনতে স্থাপিত শ্ৰী মন্ত শংকৰদেৱ নামঘৰ পৰিচালনা সমিতিৰ সহযোগত আৰু জন্ম মহোৎসৱ উদযাপন সমিতিৰ পৰিচালনাত উদযাপিত গুৰুজনাৰ ৫৭৪ তম জন্ম জয়ন্তী মহোৎসৱৰ ভাগৱত শোভাযাত্ৰা শুভ-উদ্বোধন কৰি গুৰুজনালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাও৷
No comments:
Post a Comment