মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী যুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষ্যে সেৱা পষেকৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাই স্বৰ্গীয় তৰুণ ৰাম ফুকন প্ৰেক্ষাগৃহত আয়োজিত প্ৰবুদ্ধ নাগৰিক সন্মিলন সভাত প্ৰবুদ্ধ নাগৰিক সকলক সম্বৰ্দ্ধনা জনোৱাৰ লগতে সমল ব্যক্তিৰূপে বক্তব্য ৰাখো। উক্ত সভাত ভাৰতীয় জনতা পাৰ্টি বৰপেটা জিলাৰ সভাপতি মাননীয় অনিল দাস ভাঙৰীয়া, ৰাজ্যিক অৰ্থনৈতিক কোষৰ সহ-আহ্বায়ক মুকেশ শৰ্মা ডাঙৰীয়া আৰু সমাজৰ বিভিন্নক্ষেত্ৰৰ পৰা অহা গুণী-জ্ঞানী ব্যক্তিসকল উপস্হিত থাকে।
No comments:
Post a Comment