গাওঁত এটা ধান বনা কল স্থাপন কৰাৰ অনুমতি পত্ৰ এখন উলিয়াবৰ বাবে পঞ্চায়ত সভাপতিৰ পৰা জিলা উপায়ুক্তৰ কৰ্য্যালয়লৈ কিমানবাৰ তাতবাটি কাৰিব লগা হয় সকলোৰে জ্ঞাত। বহুতৰ মাজত এয়া মাত্ৰ এটা উদাহৰনহে। চৰকাৰে এই সকলোবোৰ অনুমোদন আৰু পৰীক্ষণ শিথিল কৰিবৰ বাবে 29 জুনত নতুন ঔদ্যোগিক অধ্যাদেশ জাৰী কৰে। পিছত প্ৰতিবাদৰ জোৱাৰ উঠে অধ্যাদেশখনৰ বিৰুদ্ধে? প্ৰশ্ন হয় কিয়? কাৰণ খিলঞ্জীয়াৰ কৃষিভূমি সকলোকে কিনা-বিকাৰ অধিকাৰ দিয়াৰ ফলত বহিৰাগত বণিকগোষ্ঠীয়ে টকাৰ প্ৰলোভনেৰে ক্ৰয় কৰি খিলঞ্জীয়াক ভূমিহীন কৰাৰ আশংকাত। যিকোনো মানুহৰ পৰিবৰ্তে যদি চৰকাৰে খিলঞ্জীয়াৰ ভূমি খিলঞ্জীয়াকে কিনা-বিকাৰ সুবিধা দিলেহেঁতেন প্ৰতিবাদো নহলহেঁতেন আৰু ঔদ্যোগীকৰনো ক্ষিপ্ৰতৰ হলহেঁতেন। সকলোবোৰ সামৰি.........
প্ৰকাশিত নিয়মীয়া বাৰ্তা 23-07-2020https://niyomiyabarta.org/epaper/23072020/details.php…
No comments:
Post a Comment