Total Pageviews

Sunday, August 16, 2026

চনম ৱাংচুক, জুবিন গাৰ্গৰ ফটো, বিষ্ণুপ্ৰসাদ ৰাভা আৰু বামপন্থীৰ প্ৰতিবাদ সন্দৰ্ভত DY-365 ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (২০-০৭-২০২৭) চনম ৱাংচুক প্ৰকৃতিপ্ৰেমী নে ৰাজনীতিবিদ? বিজেপি চৰকাৰৰ সময়ত প্ৰশ্ন কাকত ফাদিলৰ প্ৰতিবাদ কৰা চনম ৱাংচুকে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰৰ সময়ত সংঘটিত প্ৰশ্ন কাকত ফাদিলৰ প্ৰতিবাদ নকৰিলে কিয়? পেহেলগামৰ হত্যাকাণ্ডত চনম ৱাংচুক নিমাত কিয়? আজি প্ৰতিবাদৰ সমৰ্থন কৰা কংগ্ৰেছে কিয় ২০০৭ চনত চনম ৱাংচুকলৈ অবৈধ বৈদেশিক ধনৰ লেনদেন আৰু লাডাখত অবৈধ ভূমি অধিগ্ৰহণৰ জাননী পঠাইছিল? জুবিন গাৰ্গৰ ফটোত কমৰেড শব্দ কিয়? বিষ্ণুপ্ৰসাদ ৰাভাক সন্মান দিছে চৰকাৰে।


 

No comments:

Post a Comment