বিদেশী বহিস্কাৰ, উচ্চতম ন্যায়ালয়ৰ ৰায় আৰু অসম সন্দৰ্ভত DY-365 ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (১৪-০৭-২০২৬) উচ্চতম ন্যায়ালয়ে বিদেশী সন্দৰ্ভত কি ৰায় দিলে? বিদেশীসকল অসমলৈ কেনেকৈ আহিল? অসমত বিদেশী নাগৰিকক স্বদেশী বনালে কোনে? NRC সন্দৰ্ভত বিজেপিৰ স্থিতি কি? কংগ্ৰেছে ২০১৩ কৰা প্ৰত্যাৱৰ্তন চুক্তি কি আছিল? বিদেশী নাগৰিক সন্দৰ্ভত বিজেপিৰ স্থিতি কি?
No comments:
Post a Comment