প্ৰধানমন্ত্ৰীৰ আহ্বান, সহাৰি আৰু মিতব্যয়িতা সন্দৰ্ভত ND-24 ৰ আলোচনাচক্ৰত আমাৰ বক্তব্য (১৪-০৫-২০২৬) 👉 প্ৰধানমন্ত্ৰীৰ আহ্বান মানে লকডাউন ঘোষণা নহয়। 👉 কিয় প্ৰেট্ৰোল-ডিজেল-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ আশংকা? 👉 হ্ৰস্বম্যাদী বা দীৰ্ঘম্যাদী সমাধানৰ উপায় কি? 👉 কিমান দিনলৈকে মজুত আছে খাৰুৱা তেলৰ ভাণ্ডাৰ?
No comments:
Post a Comment