Total Pageviews

Wednesday, May 29, 2024

Betkuchi High School, Guwahati

গুৱাহাটীৰ বেতকুছি হাইস্কুলৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ বাবে অভিনন্দন অনুষ্ঠান। ২০২৩-২৪ শিক্ষান্ত বৰ্ষত বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক জনোৱা সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকি কৃতি ছাত্ৰ-ছাত্ৰী সকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰো।



 

No comments:

Post a Comment