অসম প্ৰদেশ বিজেপিৰ অন্যান্য পিছপৰা শ্ৰেণী (OBC) মৰ্চাৰ গুৱাহাটী কাঁহিকুছিস্থিত SIRD প্ৰেক্ষাগৃহত অনুষ্টিত দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ প্ৰথম দিনৰ পঞ্চম বৰ্গৰ সমল ব্যক্তি হিচাপে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা দূৰদৰ্শীমুলক নীতিৰ ওপৰত বক্তব্য ৰাখো। উক্ত প্ৰশিক্ষণ শিবিৰত অসমৰ ৪০ খন সাংগঠনিক জিলাৰ পৰা অহা অন্যান্য পিছপৰা শ্ৰেণীৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
No comments:
Post a Comment