সৰ্বধৰ্মী, সৰ্বব্যাপী, সৰ্বস্পৰ্শী
এই নীতিকে সাৰোগত কৰি বিজেপি অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত প্ৰেক্ষাগৃহত দুদীনিয়াকৈ আয়োজন কৰা প্ৰশিক্ষণ শিবিৰৰ চতুৰ্থ সত্ৰ ‘কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সংখ্যালঘু শ্ৰেণীৰ বাবে গ্ৰহণ কৰা দূৰদৰ্শীমুলক নীতি’ সন্দৰ্ভত আমি বক্তব্য ৰাখো৷
No comments:
Post a Comment