Total Pageviews
Thursday, January 14, 2021
অসম প্ৰদেশ বিজেপিৰ তথ্য কোষৰ (IT Cell) অধীনত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত 07-01-2021 তাৰিখে আয়োজিত সাংগঠনিক সভা। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী মাননীয় Sarbananda Sonowal ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় Ranjeet Kumar Dass, মাননীয় মন্ত্ৰী সঞ্চয় কিষন, ভাৰতীয় জনতা পাৰ্টি অসমৰ প্ৰভাৰী মাননীয় Baijayant 'Jay' Panda ভাৰতীয় জনতা পাৰ্টি, IT কোষৰ ৰাজ্যিক প্ৰভাৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসমৰ তথ্য প্ৰযুক্তি বিভাগৰ আহ্বায়ক Amitabh Bhattacharjee লগতে 39 খন সাংগঠনিক জিলাৰ বিষয়ববীয়াসকল। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সকলো জিলাৰ তথ্য প্ৰযুক্তি বিভাগৰ আহ্বায়ক আৰু সহঃ আহ্বায়কক একোটাকৈ লেপটপ প্ৰদান কৰে ।
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment