Total Pageviews

Thursday, January 14, 2021

গুৱাহাটী প্ৰকাশন পৰিষদৰ 33তম গ্ৰন্থমেলাত কবিতাৰ প্ৰথম প্ৰেমত নিমজ্জিত কবি আইমনি শৰ্মাৰ দ্বিতীয়খন কাব্যগ্ৰন্থ "ৰদমুকুতা"ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হও। উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে কবি নীলিম কুমাৰ, কবি লেখক মনজিত সিং, সাহিত্য একাডেমী সন্মান প্ৰাপক বিপুল দেউৰী, অধ্যাপক ভূবন লহকৰ, সাংবাদিক বিপুল শৰ্মা, অভিনেতা ভাগৱত কাশ্যপ, ৰবি শৰ্মাকে ধৰি বহু কবিতাপ্ৰেমী ৰাইজ।


 

No comments:

Post a Comment