Total Pageviews

Sunday, June 14, 2020

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰীৰ কৰিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ হীৰক জ্যোতি বৈশ্যই পঞ্চম স্থান অধিকাৰ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিছে। হীৰক আৰু শিক্ষাগুৰুসকলক অভিনন্দন জনাবলৈ পাই মই আনন্দিত। মই অন্তঃকৰণেৰে বিশ্বাস কৰো "এখন সুস্থ সমাজৰ স্ৰষ্টা শিক্ষাগুৰুসকল"। Teacher is the architecture of the society.



No comments:

Post a Comment