নলবাৰীৰ বৰভাগ শংকৰদেৱ শিশু নিকেটনৰপৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত তৃতীয় স্থান অধিকাৰ কৰা জ্যোতিস্মান দেৱ শৰ্মা আৰু 26 বছৰ আগতে স্থাপন কৰা নিকেটনখনৰ পৰিচালনা সমিটিৰ হৈ সভাপতি শ্ৰী ললিত চন্দ্ৰ মহন্তক নিকেটনৰ প্ৰধান আচাৰ্য্য কমল কলিতা, আচাৰ্য্য-আচাৰ্য্যাৰ উপসস্থিতিত (20-06-2020) সৰ্ম্বদ্ধনা জনাবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য। এই ছেগতে বৰভাগ শংকৰদেৱ শিশু নিকেটনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।


No comments:
Post a Comment