নলবাৰী অৰৰাৰ জয়পাল থান মজলীয়া বিদ্যালয়ৰ ৪১তম বাৰ্ষিক অধিবেশন আৰু বঁটা বিতৰণী মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি একবিংশ শতিকাত সমাজ নিৰ্মানত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা সন্দৰ্ভত বক্তব্য ৰাখো। হেকেবা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাননীয় শ্ৰী যুত ভূৱনেশ্বৰ শৰ্মাই সভাপতিত্ব কৰা উক্ত সভাত নলবাৰী জিলাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰৱক্তা শ্ৰী যুত চিত্ৰ নাৰায়ণ দত্ত বৰুৱা, বিদ্যালয় পৰিচালনা সমিতিৰ সমূহ সদস্য, শিক্ষক-শিক্ষয়ত্ৰী, অভিভাৱক-অভিভাৱিকা আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
No comments:
Post a Comment