Total Pageviews

Sunday, December 27, 2020

নলবাৰী জিলাৰ বৰভাগ মন্দল মহিলা মৰ্চাৰ আৰংগমৌ দূৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত (20-12-2020) প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকি আনন্দিত হও। বৰভাগ মন্দল মহিলা মৰ্চাৰ সভানেত্ৰী কৰবী শৰ্মাই সঞ্চালনা কৰা উক্ত সভাত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকা, প্ৰদেশ বিজেপিৰ বৰভাগ মন্দলৰ প্ৰভাৰী ত্ৰিনয়ন বৰ্মনকে ধৰি বহু কাৰ্য্যকৰ্তা উপস্থিত থাকে ৷


 

No comments:

Post a Comment