Total Pageviews

Monday, November 30, 2020

গ্ৰন্থক সন্তানৰ সৈতে তুলনা কৰা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰপৰা সুখ্যাতীৰে সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা অধ্যাপক-অধ্যাপিকা আৰু গৱেষণাত ব্ৰতীহৈ থকা ছাত্ৰ-ছাত্ৰীৰ গৱেষনা পত্ৰৰ আধাৰত মোৰ সম্পাদনাত প্ৰকাশিত "Contemporary issues in Assam economy" গ্ৰন্থখন আজি উন্মোচিত হয়। অৰ্থনীতি বিভাগৰ মূখ্য অধ্যাপিকা গায়ত্ৰী গোস্বামীয়ে সঞ্চালনা কৰা সভাখনত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ঠা শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপিকা অৰ্চনা শৰ্মাই। The future of the State is given shape by well developed thought process. The book "Contemporary issues in Assam economy" edited by me is the outcome of our humble attempt to bring out the various issues and their solutions to empower the upcoming entrepreneur and new generation. The book which released on 16-10-2020 at Economics Department, Gauhati University was the effort and encouragement of many author(s), all of whom deserve heartiest congratulation and thanks. I would like to acknowledge Olympia Prakashan and Prof. Nissar A. Barua sir whose diligent effort made this publication possible. Once again thank you everyone.






 

No comments:

Post a Comment