Total Pageviews

Monday, November 30, 2020

দৰং জিলা বিজেপিৰ মহিলা মৰ্চাৰ মংগলদৈত অনুষ্ঠিত (21-10-2020) প্ৰথমখন জিলা কাৰ্যনিৰ্বাহক সভাত "আত্মনিৰ্ভৰশীল ভাৰত-আত্মনিৰ্ভৰশীল অসম আৰু মহিলা সৱলীকৰন" সম্পৰ্কত বক্তব্য ৰাখি আনন্দিত হওঁ ৷ দৰং জিলা মহিলা মৰ্চাৰ সভানেত্ৰী ৰুপালী দেৱীয়ে সঞ্চালনা কৰা উক্ত সভাত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী অপৰাজিতা ভুঞা, মংগলদৈৰ স্থানীয় বিধায়ক গুৰুজ্যোতি দাস , ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ দাস, ৰাজ্যিক মিডিয়া পেনেলিষ্ট প্ৰনৱ বৰুৱা, দৰং জিলা বিজেপিৰ সভাপতি অমৰেন্দ্ৰ শৰ্মা, ৰাজ্যিক মহিলা মৰ্চাৰ উপ সভানেত্ৰী প্ৰেমদা ভূঞা, ৰাজ্যিক মহিলা মৰ্চাৰ সাং সাধাৰন সম্পদিকা সুৰভি লহকৰকে ধৰি বহু কাৰ্যকৰ্তা উপস্থিত থাকে ৷






 

No comments:

Post a Comment