ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ বড়িগোগ বনভাগ মন্দলৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভাত মন্দল সভাপতিয়ে সেঁৱাই সংগঠনৰ মনোভাৱেৰে মন্দলে বিভিন্ন সময়ত লোৱা পদক্ষেপৰ কথা জানি আপ্লুত হওঁ। সভাখনত উপস্থিত থাকে অসম প্ৰদেশ বিজেপিৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মনোজ বৰুৱা।
No comments:
Post a Comment