সমস্যাতকৈ সমাধানৰ চিন্তাহে প্ৰতিকাৰৰ উত্তম পথ। ৰিজাৰ্ভ বেংকে ঋণৰ কিস্তি নকটাৰ ঘোষণাৰ পিছতো মোৰ একাউণ্টৰপৰা ঋণৰ কিস্তি কৰ্তন কৰে যি কথা মই বেংকক অৱগত কৰো। প্ৰধানমন্ত্ৰী কাৰ্যালয়ত আৱেদনৰ পিছত একাউণ্টৰ পৰা কটা ঋণৰ কিস্তিৰ ধন ওভতাই দিয়ে। (প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ উত্তৰৰ প্ৰতিলিপি সংলগ্ন কৰা হল)
RBI declare the Moratorium on bank loan EMI. Unfortunately EMI deducted from my account which I informed bank. Finally deducted EMI reversed back into my account after grievance application launched into Prime Minister office.
No comments:
Post a Comment